অসম

কাৰ্বি সাহিত্য সভাৰ সভাপতি সিদ্ধিনাথ ৰংপিৰ দেহাৱসান…

দুৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে এক দুঃখবৰ।

কাৰ্বি সাহিত্য সভাৰ সভাপতি সিদ্ধিনাথ ৰংপিৰ দেহাৱসান।

বুধবাৰে কাৰ্বি সাহিত্য সভা (কাৰ্বি লামেত আমেই)ৰ সভাপতি সিদ্ধিনাথ ৰংপিৰ মহানগৰৰ জি এন আৰ চি হাস্পাতালত মৃত্যু হয়।

অসমৰ এক অন্যতম জাতীয় অনুষ্ঠানৰ কাণ্ডাৰী গৰাকীৰ বিয়োগত শোকস্তব্ধ কাৰ্বি সমাজ।

ৰংপিৰ বিয়োগত বিভিন্নজনে শোক প্ৰকাশ কৰিছে।

তেখেতৰ মৃত্যু কাৰ্বি সাহিত্যৰ ক্ষেত্ৰখনেই অসমীয়া জাতীয় জীৱনলৈ এক অপূৰণীয়া ক্ষতি।

ৰংপিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লগতে অসম প্ৰদেশ কংগ্ৰেছেও ৰংপিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

image 5

Leave a Reply

Your email address will not be published. Required fields are marked *