২৪ অক্টোবৰত অনুষ্ঠিত নহয় টেট পৰীক্ষা।
ৰাজ্যৰ টেট পৰীক্ষাৰ নতুন সময়সূচী ঘোষণা।
২০২১ বৰ্ষৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ টেট পৰীক্ষা এই বৰ্ষৰ ৩১ অক্টোবৰ তাৰিখে অনুষ্ঠিত হ’ব।
উল্লেখ্য যে, পূৰ্বে ঘোষণা কৰা সময় অনুসৰি ২০২১ বৰ্ষৰ ২৪ অক্টোবৰত টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল।
টুইটাৰযোগে নতুন সময়সূচী ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
TET for LP and UP Level-2021 will be held on 31st October, 2021. Earlier it was scheduled to be held on 24th October, 2021. pic.twitter.com/Tq4fOHmA5e
— Ranoj Pegu (@ranojpeguassam) October 12, 2021









