ভয়ংকৰ দুৰ্ঘটনা! বাইক আৰু চুইফ ডিজেয়াৰ বাহনৰ মুখামুখি সংঘৰ্ষৰ নিহত এজন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

বাইক আৰু চুইফ ডিজেয়াৰ বাহনৰ মুখামুখি সংঘৰ্ষৰ নিহত এজন।

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকানত নিশা সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাত নিহত হয় এজন বাইক আৰোহী।

আনহাতে দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত দুজন লোক।

বাইক আৰু চুইফ ডিজেয়াৰ বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো।