এছিয়ান এলিট বক্সিং চেম্পিয়নশ্বিপত অসম সন্তান শিৱ থাপাৰ ৰূপৰ পদক লাভ… November 12, 2022 by NEWS DESKপুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল অসম সন্তান।এছিয়ান এলিট বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰিলে শিৱ থাপাই।ফাইনেলৰ ৬৩.৫ কিলোগ্ৰাম ওজনৰ শাখাত ৰূপৰ পদক লাভ।উজবেকিস্তানৰ আব্দুল্লায়েভ ৰুছলানৰ হাতত পৰাস্ত হৈ ৰূপতে ক্ষান্ত থাকিবল’গীয়া হ’ল থাপা।Related Posts:ব’হাগৰ বতৰত দুঃখবৰ! বিহু গাই ওভতাৰ পথতে মৃত্যুক…ছিংগাপুৰৰ ক'ৰনাৰ আদালতৰ চূড়ান্ত ৰায়দান; প্ৰাণৰ…মোদী-শ্বাহৰ মেগা নিৰ্বাচনী প্ৰচাৰ; অসমৰ বাবে বিজেপিৰ…কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত এয়া কি আচৰণ ভূপেন বৰা,…মহানগৰীত মহিলা অভিযন্তাৰ নৃশংস কাণ্ড! বক্স পালেঙৰ…জুবিন গোচৰৰ শুনানিঃ আদালতত মুখ থেকেচা অমৃতপ্ৰভাসহ ৩…শ্ববে বৰাত কি? এইবাৰ কেতিয়া পালন কৰা হ’ব ইছলামৰ এই…আজি এটা বিশেষ দিন! সামাজিক মাধ্যমত স্বামী গণশিল্পী…নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা স্ক'ৰপিঅ'ৰ! থিতাতে…কাৰোবাৰ ভুলে মৃত্যু নমালে মেধাৱী ছাত্ৰলৈ! ভুল দিশত…