অসম

ৰাজকন্যা বৰুৱাক ১ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ, বাতিল হ’ব ড্ৰাইভিং লাইচেঞ্চ…

ৰাজ্যকন্যা বৰুৱাৰ জামিন আবেদন নাকচ

লগতে ৰাজকন্যাক ১ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ।

আৰক্ষীয়ে ৫ দিনৰ জিম্মাত বিচাৰিছিল ৰাজকন্যাক।

ৰাজকন্যা বৰুৱাৰ চালকৰ অনুজ্ঞাপত্ৰ পৰিবহন বিভাগক জব্দ কৰি বাতিল কৰাৰ নিৰ্দেশ।

বুধবাৰে দিছপুৰ আৰক্ষীয়ে জিএনআৰচিৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ৰাজকন্যাক।

উল্লেখ্য যে, নিশা সুৰামত্ত হৈ গুৱাহাটীৰ ৰাজপথত দুৰ্ঘটনা সংঘটিত কৰিছিল ৰাজকন্যা বৰুৱাই।

Leave a Reply

Your email address will not be published. Required fields are marked *