গুৱাহাটী পৌৰ নিগমত ২০ কোটি টকীয়া বিয়াগোম কেলেংকাৰী।
কেলেংকাৰিত জড়িত ৭ জন অভিযুক্তক গ্ৰেপ্তাৰ।
মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে গ্ৰেপ্তাৰ কৰিলে ৭ গৰাকী বিষয়াক।
স্বচ্ছতা বিষয়া আছিফ আহমেদসহ ৬ গৰাকী কাৰ্যবাহী অভিযন্তাক গ্ৰেপ্তাৰ চি এম ভিজিলেন্স।
গ্ৰেপ্তাৰ হোৱা বিষয়া কেইগৰাকী হৈছে- বাবুলাল শৰ্মা, চিত্তৰঞ্জন দত্ত গগৈ, আছিফ আহমেদ।
লগতে গ্ৰেপ্তাৰ হৈছে হিৰণ্য বৰ্মন, শংকৰ মেধি, সীমান্তজ্যোতি বৰুৱা।
বোকা নিষ্কাশন কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বিষয়াকেইগৰাকীক।









