বিশিষ্ট লেখিকা, সমাজকৰ্মী অনিমা গগৈৰ দেহাৱসান।
বৃহস্পতিবাৰে সন্ধিয়া ৭.৩০ বজাত GMCHত মৃত্যু বিশিষ্ট লেখিকাগৰাকীৰ।
বৃহস্পতিবাৰে পুৱা GMCHত ভৰ্তি কৰা হৈছিল ‘মূলাগাভৰু’ নাটৰ স্ৰষ্টাগৰাকীক।
কেইবাখনো গ্ৰন্থৰ লেখিকা অনিমা গগৈয়ে আৰম্ভ কৰিছিল জয়মতী ট্ৰাষ্ট।









