জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তা সঞ্জীৱ পাঠকক নিলম্বন…

মৰিগাঁৱত কনিষ্ঠ অভিযন্তা সঞ্জীৱ পাঠকক নিলম্বন।

সঞ্জীৱ পাঠক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তা।

মৰিগাঁও উপায়ুক্ত দেৱাশীষ শৰ্মাৰ নিৰ্দেশত তাৎক্ষণিকভাৱে নিলম্বন।

বহুকেইটা ৰাজহুৱা অভিযোগৰ বাবে তাৎক্ষণিক নিলম্বন।

অভিযোগৰ ক্ষেত্র ভিত্তিক অনুসন্ধানৰ পিছত নিলম্বন।

জাগীৰোডৰ নিজৰাপাৰস্থিত পানী যোগান আঁচনিত অনিয়মৰ অভিযোগ পাঠকৰ বিৰুদ্ধে।