এক ভয়ংকৰ পথ দুৰ্ঘটনা।
নামাজ পঢ়ি ঘৰলৈ উভতাৰ পথত তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে এটি শিশুক।
লংকাৰ কাৰিপানা তিনিআলীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
দুৰ্গটনাটোৰ ফলত থিতাতে প্ৰাণ হেৰুৱাই ৭ বছৰীয়া আফাজ আলমে।
নামাজ পঢ়ি ঘৰলৈ যোৱাৰ সময়তে প্ৰাণ গ’ল কণমানি আফাজ আলমৰ।
দুৰ্ঘটনা সংঘটিত কৰা দ্ৰুতবেগী ডাম্পাৰখনৰ নম্বৰ AS-02CC-9663।
ঘটনাটো সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ তদন্ত আম্ভৰ কৰিছে।









