এক ভয়ংকৰ পথ দুৰ্ঘটনা।
দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ, থিতাতে নিহত এজন চালক।
গোলকগঞ্জৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হৈছে এই ভয়াৱহ পথ দুৰ্ঘটনাটো।
নিহত ট্রাক চালকজনৰ নাম শ্বাহ আলম।
আহাতে গুৰুতৰভাৱে আহত জাহিদুল ইছলাম নামৰ এজনক চিকিৎসালয়ত ভৰ্তি।
দুৰ্ঘটনাগ্রস্ত ট্রাক দুখনৰ নম্বৰ হৈছে- WB 57 C 0633 আৰু AS 28 C 9585









