চাকৰি দিম বুলি লাখ-লাখ টকা আত্মসাৎ কৰি গ্ৰেপ্তাৰ হ’ল যুটীয়া স্বাস্থ্য সঞ্চালকৰ মুখ্য গাণনিক বিষয়া…

দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ কঠোৰ হৈছে যদিও ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে একাংশ চৰকাৰী বিষয়াৰ দুৰ্নীতি।

পুনৰ ৰঙাঘৰৰ আলহী হ’ল চৰকাৰী বিষয়া।

G6 1
চাকৰি দিম বুলি লাখ-লাখ টকা আত্মসাৎ কৰি গ্ৰেপ্তাৰ হ’ল যুটীয়া স্বাস্থ্য সঞ্চালকৰ মুখ্য গাণনিক বিষয়া... 3

এইবাৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ মুখ্য গাণনিক বিষয়া।

চৰাইদেউৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ মুখ্য গাণনিক বিষয়া অমৃত গগৈক গ্ৰেপ্তাৰ।

সোণাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চৰকাৰী বিষয়া অমৃত গগৈক।

চাকৰিৰ প্ৰলোভনেৰে বিভিন্নজনৰ পৰা লাখ লাখ টকা সংগ্ৰহৰ অভিযোগ গগৈৰ বিৰুদ্ধে।

গ্ৰেপ্তাৰৰ পিছত সাংবাদিকৰ আগত কােনাে মন্তব্য কৰাৰ পৰা বিৰত থাকে গাণনিক বিষয়া অমৃত গগৈ।

লগতে চাওকঃ

ঘােচ লৈ পুনৰ ভিজিলেঞ্চৰ জালত পৰিল দুৰ্নীতিগ্ৰস্ত লাটমণ্ডল! নগৰবেৰাৰ পিছত এইবাৰ…

photo 2022 08 04 18 33 28
চাকৰি দিম বুলি লাখ-লাখ টকা আত্মসাৎ কৰি গ্ৰেপ্তাৰ হ’ল যুটীয়া স্বাস্থ্য সঞ্চালকৰ মুখ্য গাণনিক বিষয়া... 4