অসমকন্যা লাভলীনা বৰগোহাঁইৰ আশাভংগ।
কমনৱেলথ গেমছত পদক জয়ৰ আশা পূৰণ নহ’ল অসমকন্যা লাভলীনাৰ।
যুঁজ দিও কোৱাৰ্টাৰ ফাইনেলতে অভিযান সামৰিলে লাভলীনাই
ৱেলছৰ প্ৰতিদ্বন্দীৰ হাতত পৰাস্ত হ’ল লাভলীনা বৰগোঁহাই।
৭০ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হয় লাভলীনা বৰগোঁহাই।
ৱেলছৰ প্ৰতিদ্বন্দী ৰজী একলেছৰ বিৰুদ্ধে পৰাস্ত হয় লাভলীনা।









