২১ জুলাইত অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ মৌখিক পৰীক্ষা…

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণা।

২১ জুলাইত অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ মৌখিক পৰীক্ষা।

গুৱাহাটীস্থিত কাহিলীপাৰাৰ চতুৰ্থ অসম বেটেলিয়নত অনুষ্ঠিত হ’ব এই মৌখিক পৰীক্ষা।

মৌখিক পৰীক্ষাৰ পূৰ্বে প্ৰাৰ্থীসকলে ডাউনলোড কৰিব লাগিব এডমিট কাৰ্ড।

অহা ১৭ জুলাইৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড।

image 127
২১ জুলাইত অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ মৌখিক পৰীক্ষা... 2

উল্লেখ্য যে, ২০২১ চনৰ ৬ ডিচেম্বৰত অনুষ্ঠিত হৈছিল ৩০৬ টা পদৰ বাবে লিখিত পৰীক্ষা।

এই সন্দৰ্ভত অধিক তথ্যৰ বাবে অসম আৰক্ষীয়ে মুকলি কৰিছে এক টোলফ্ৰী নম্বৰ।

টোলফ্ৰী এই নম্বৰটো হৈছে 8929207668