গুৱাহাটী-উত্তৰ গুৱাহাটীবাসীৰ বাবে ভাল খবৰ! ৰ’পৱেত নিয়মীয়া যাত্ৰীৰ বাবে বিশেষ ৰেহাই…

গুৱাহাটী-উত্তৰ গুৱাহাটীবাসীৰ বাবে ভাল খবৰ।

ৰ’পৱেত টিকটৰ হাৰ সুলভ মূল্যত প্রদান।

ৰ’পৱেত শিক্ষাৰ্থী আৰু নিয়মীয়া যাত্রীৰ বাবে বিশেষ ৰেহাই প্ৰদান।

নিয়মীয়া যাত্রীয়ে এবাৰত ২৫টকা, অহা-যোৱাত ৫০টকা আদায় দিব লাগিব।

পুৱা ৮.৩০বজাৰ পৰা ১০.৩০বজালৈ আৰু আবেলি ৪.৩০ৰ পৰা ৬.৩০লৈ লাভ কৰিব এই বিশেষ সুবিধা।

যাত্রীসকলে এই সুবিধা লাভ কৰিবলৈ নিজ পৰিচয় পত্রসমূহ দেখুৱাব লাগিব।

পৰ্যটক আৰু আন সময়ত পূৰ্বৰ ভাড়াই বাহাল থাকিব।