মৰ্মান্তিক! চলন্ত অটােৰ ওপৰত পৰিল প্ৰকাণ্ড গছ, চালকৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

চলন্ত অটােৰিক্সাৰ ওপৰত এডাল প্ৰকাণ্ড গছ।

এই ঘটনাত থিতাতে মৃত্যু ঘটিল অটাে চালকজনৰ।

G6 5
মৰ্মান্তিক! চলন্ত অটােৰ ওপৰত পৰিল প্ৰকাণ্ড গছ, চালকৰ মৃত্যু 3

বুধবাৰে দুপৰীয়া এই শােকাৱহ ঘটনা সংঘটিত হ’ল কৰিমগঞ্জত।

জানিব পৰা মতে, চহৰৰ মাজমজিয়াত থকা অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সন্মুখতে এই দুৰ্ঘটনা সংঘটিত হয়।

মৃত অটোচালকজনৰ নাম আজহাৰ উদ্দিন বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাত পতিত অটােৰিক্সাৰ নম্বৰ AS-10AC-5197 ।

লগতে চাওকঃ

নগদ ১੦ হাজাৰ টকাৰ ঘােচ লৈ দুৰ্নীতি নিবাৰকৰ হাতত গ্ৰেপ্তাৰ কােষাগাৰৰ গাণনিক বিষয়া

G8 5
মৰ্মান্তিক! চলন্ত অটােৰ ওপৰত পৰিল প্ৰকাণ্ড গছ, চালকৰ মৃত্যু 4