লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যুৰ দিনটো পালন কৰা হ’ব লোক কল্যাণ দিৱস হিচাপে।
দেওবাৰে এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
লগতে এই দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ প্ৰতিখন জিলাৰ ৩ গৰাকীকৈ নিকা আৰু দুৰ্নীতি মুক্ত কৰ্মচাৰীক পুৰস্কৃত কৰা হ’ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই জানিব দিয়ে।
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচৰীক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কৰা হ’ব পুৰস্কৃত।









