অসম

আৰক্ষীৰ অভিযানত জব্দ বস্তাই-বস্তাই বাংলাদেশী গৰ্ভনিৰোধক টেবলেট…

ধুবুৰী নিউঘাট অঞ্চলত আৰক্ষীৰ অভিযান।

আৰক্ষীৰ অভিযানত জব্দ বস্তাই-বস্তাই বাংলাদেশী বিনামূলীয়া  টেবলেট৷

টেবলেট খিনি বাংলাদেশৰ গৰ্ভ নিয়ন্ত্ৰণত ব্যৱহাৰ কৰা বিনামূলীয়া টেবলেট।

বাংলাদেশ চৰকাৰৰ বিনামূলীয়া টেবলেট সমূহ অবৈধ ভাৱে ধুবুৰীত চালান দিয়াৰ সময়তে আৰক্ষীয়ে জব্দ কৰে।

এই চোৰাং ব্যৱসায়িত জড়িত চহৰ খনৰ নিউঘাটৰ মৌলনা মোজামেল হক নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

বৰ্তমান ধুবুৰী আৰক্ষীয়ে আটকাধীন ধৃত ব্যৱসায়ীজনক জেৰা অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *