কাজিৰঙাৰ সাম্ভাৱ্য বানৰ প্রতি লক্ষ্য ৰাখি ১৪৪ ধাৰা জাৰি।
কলিয়াবৰ মহকুমা প্রশাসনে জাৰি কৰিলে ১৪৪ ধাৰা।
ৰাষ্ট্রীয় উদ্যানখনৰ বাগৰি আৰু বুঢ়াপাহাৰ এলেকাত জাৰি কৰা হৈছে নিষেধাজ্ঞা।
কাজিৰঙাৰ আমগুৰিৰ পৰা বাগৰিলৈ জাৰি কৰা হৈছে ১৪৪ ধাৰা।
কাজিৰঙাৰ পথত তীব্ৰ গতি আৰু হৰ্ণ নিষিদ্ধ কৰা হৈছে।
লগতে ৰাজপথৰ কাষত থকা ধাবা ৰেষ্টোৰাত মালবাহী ট্ৰাক ৰখোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।









