সুখবৰ! সপ্তমজন অসমীয়াই জয় কৰিলে সুউচ্চ এভাৰেষ্ট শৃংগ…

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ।

বিশ্বৰ সৰ্বোচ্চ শৃংগৰ শিখৰত আৰোহণ কৰিলে পুনৰ এজন অসমীয়াই।

1 2
সুখবৰ! সপ্তমজন অসমীয়াই জয় কৰিলে সুউচ্চ এভাৰেষ্ট শৃংগ... 4

মাউণ্ট এভাৰেষ্ট জয় কৰিলে অসমৰ হেদায়েৎ আলীয়ে।

বৃহস্পতিবাৰে পুৱা ৭.৩০ বজাত আৰোহণ কৰে হেদায়েৎ আলীয়ে।

2 2
সুখবৰ! সপ্তমজন অসমীয়াই জয় কৰিলে সুউচ্চ এভাৰেষ্ট শৃংগ... 5

এভাৰেষ্টৰ শিখৰত আৰোহণ কৰা হেদায়েৎ আলী হৈছে সপ্তম গৰাকী অসমীয়া।

কৰ্মসূত্ৰে কেলিফ’ৰ্ণিয়াত থাকে হাজোৰ হেদায়েৎ আলী।

চিলিকণ ভেলীত ছফটৱেৰ অভিযন্তা হেদায়েৎ আলী।

লগতে চাওকঃ

পৰেশ বৰুৱাক মৃত্যুদণ্ড দিবলৈ অসমৰ ৪ কােটি মানুহ প্ৰস্তুত আছেঃ ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী

photo1652354349 1
সুখবৰ! সপ্তমজন অসমীয়াই জয় কৰিলে সুউচ্চ এভাৰেষ্ট শৃংগ... 6

Leave a Comment