ঋণ মাফ সন্দৰ্ভত মাইক্ৰ’ফাইনেন্স কোম্পানীৰ সৈতে বুজাবুজি চুক্তি ৰাজ্য চৰকাৰৰ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিত্তমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্য সচিবৰ উপস্থিতিত চুক্তি স্বাক্ষৰ।
৩৮ টা মাইক্ৰফাইনেন্সৰ কোম্পানীৰ সৈতে চৰকাৰৰ চুক্তি স্বাক্ষৰ হৈছে।
ৰাজ্য চৰকাৰে তিনিটা ভাগত ভাগ কৰিলে মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ প্ৰক্ৰিয়া।
RBI-ৰ নীতি-নিয়মৰ বাহিৰত গৈ ঋণ দিয়া সকলক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
ঋণ লৈ সময়মতে মূল টকা উভতাই দিয়া সকলক বছৰি সুদৰ ধন চৰকাৰে বহন কৰাৰ চিন্তা চৰ্চা।
এতিয়াৰে পৰা FARE PRACTICE CODE মতে ঋণ দিয়া হ’ব।
আৰ্থিক অৱস্থা চাইহে এতিয়াৰে পৰা দিয়া হ’ব লোণ।
যি সকলে ভালকৈ লোণ ঘূৰাই আছে তেওঁলোকক ২৫ হাজাৰ কৈ টকা দিয়াৰ সিদ্ধান্ত।
এই ২৫ হাজাৰ টকা পুৰস্কাৰ হিচাপে দিয়া হ’ব।
যি সকলে লোণ ঘূৰাব নোৱাৰে তেওঁলোকৰ লোণ মাফ কৰিব চৰকাৰে।
এগৰাকী মহিলাই সৰ্বাধিক ৩টা বেংকৰ পৰা ল’ব পাৰিব লোণ।
যি সকলক RBI নীতি উলংঘ কৰি মাইক্ৰফাইনেন্সৰ কোম্পানী সকলে ঋণ দিছে , সেই সকললোকৰ ঋণ প্ৰদানৰ ব্যবস্থা মাইক্ৰফাইনেন্সৰ কোম্পানী সমূহৰ হব









