ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকঃ ২০ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান…

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।

বৈঠকৰ অন্তত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ সংবাদমেল সম্বোধন মন্ত্ৰী কেশৱ মহন্ত, ৰনোজ পেগু, পৰিমল শুক্লবৈদ্যৰ।

২০ ছেপ্টেম্বৰৰ পৰা দশম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ।

৩০জনকৈ ছাত্ৰ-ছাত্ৰীক লৈ আৰম্ভ হ’ব পাঠদান।

৪০ শতাংশ পাঠদান হ্ৰাস পাব দশম শ্ৰেণীৰ।

১০-১৫ দিনৰ ভিতৰত আন শ্ৰেণীৰো পাঠদান আৰম্ভ হ’ব।

শিক্ষাৰ্থী বেছি হ’লে শাখাত ভগাই কৰা হ’ব পাঠদান।

Leave a Comment