fbpx
অসম

ৰহস্যজনক! কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সূৰ্য নাৰায়ণ দাস সন্ধানহীন, পৰিয়ালত হাহাকাৰ…

কটনৰ পৰা নিৰুদ্দেশ এজন ছাত্ৰ।

বৃহস্পতিবাৰৰ নিশাৰ পৰা সন্ধানহীন সূৰ্য নাৰায়ণ দাস নামৰ ছাত্ৰজন।

শ্বহীদ মোজাম্মিল হক ছাত্ৰাৱাসৰ পৰা নিশা ওলাই গৈছিল ছাত্ৰজন।

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ সূৰ্য নাৰায়ণ।

সূৰ্য নাৰায়ণৰ ঘৰ ধেমাজিৰ বৰদলনিত।

ঘটনা সন্দৰ্ভত লতাশিল থানাত ৰুজু কৰা হৈছে গোচৰ।

সম্ভেদ পালে ৬০০১৩-৬৮৯১৪ নম্বৰত যোগাযোগ কৰাৰ আহ্বান।

Related Articles

Back to top button