অসম
শোকাৱহ! বানপীড়িতক সাহায্য দিবলৈ গৈ সন্ধানহীন পৰেশ বৰ্মণ…

এক শোকাৱহ ঘটনা।
বানপীড়িতক সাহায্য দিবলৈ গৈ সন্ধানহীন পৰেশ বৰ্মণ নামৰ এজন লোক।
নলবাৰীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।
২০ জুনৰ পৰা সন্ধানহীন হৈ আছে নলবাৰী গোপাল বজাৰৰ পৰেশ বৰ্মণ।
ব্যক্তিগৰাকীৰ বয়স ৫৭ বছৰ।
জানিব পৰা মতে স্বাস্থ্য বিভাগত কৰ্মৰত পৰেশ বৰ্মণে ২০ জুন তাৰিখে বানপীড়িত লোক সকলক সাহাৰ্য্য দিবলৈ গৈছিল।
সাহাৰ্য্য দি ঘৰলৈ উভতি অহাৰ সময়ৰ পৰাই সন্ধানহীন হৈ আছে ব্যক্তিজন।
কোনো সদাসয় ব্যক্তিয়ে যদি কিবা সম্ভেদ পাই তেন্তে অনতিপলমে 8876402679, 6003659867 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।