fbpx
অসম

শোকাৱহ! অবৈধ মাটি কঢ়িওৱা ট্ৰেক্টৰৰ চেপাত প্ৰান গ’ল কনমানি শিশুৰ…

এক মৰ্মান্তিক ঘটনা ।

অবৈধ মাটি কঢ়িওৱা ট্ৰেক্টৰৰ চেপাত প্ৰান গ’ল কনমানি শিশুৰ।

ওদালগুৰি জিলাৰ ওৰাং থানাৰ অন্তৰ্গত ধনশ্ৰীত মৰ্মান্তিক ঘটনা।

নিহত কণমানিটো আফচানা খাতুন বুলি জানিব পৰা গৈছে।

চালকৰ অৱহেলাৰ বাবে‌ এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

অবৈধ মাটি কঢ়িওৱা AS 23 C 4479 নম্বৰৰ এখন টেক্টৰে ৰাস্তাত খেলি থকা কণমানিটোক মহটিয়াই নিয়াৰ ফলতে এই শোকাৱহ ঘটনাটো সংঘটিত হয়।

image 8 edited

টেক্টৰৰ চেপাত মৃত্যু হোৱা আফচানা খাতুন দক্ষিণ চুৱা গাঁৱৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী।

ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!