fbpx
অসম

শিক্ষকতাৰ বাদে এতিয়াৰে পৰা আন কাৰ্যত নিয়োগ কৰিব নোৱাৰিব শিক্ষকক

শিক্ষকতাৰ বাদে আন কাৰ্যত নিয়োগ কৰিব নোৱাৰিব শিক্ষকক।

আন দায়িত্বত নিয়োগ হৈ থকা শিক্ষকসকলক শীঘ্ৰে অব্যহতি দিবলৈ শিক্ষা বিষয়াক নিৰ্দেশ শিক্ষা সচিবৰ।

২৫ মাৰ্চৰ পূৰ্বে সকলো শিক্ষকে নিজ নিজ বিদ্যালয়ত যোগদান কৰাৰ নিৰ্দেশ।

বিদ্যালয়ত পাঠদান নকৰিলে বিদ্যালয় প্ৰধানক নিৰ্দিষ্ট শিক্ষকৰ দৰমহাৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰো নিৰ্দেশ।

অন্যথা কঠোৰ হ’ব শিক্ষা বিভাগ।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!