fbpx
অসম

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ গোচৰ খাৰিজ…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থকা নিৰ্বাচন আয়োগৰ গোচৰ খাৰিজ।

শনিবাৰে উচ্চ ন্যায়ালয়ে খাৰিজ কৰে গোচৰটো।

২০১৯ৰ লোকসভা নিৰ্বাচনী আচৰণবিধি উলংঘনৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছিল গোচৰ।

এই গোচৰৰ ভিত্তিতে চিজেএম আদালতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জাৰি কৰিছিল চমন।

কিন্তু বিশেষ কাৰণত আদালতত হাজিৰ হোৱা নাছিল হিমন্ত বিশ্ব শৰ্মা।

যাৰ পৰিপেক্ষিতত হিমন্ত বিশ্ব শৰ্মাক জৰিমনাও বিহিছিল আদালতে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!