fbpx
অসমঅসমীয়া

মহানগৰীত ট্ৰাকৰ খুন্দাত মৃত্যু স্কুটি আৰােহী যুৱ ব্যৱসায়ীৰ

নিউজ ডেস্ক। মহানগৰীৰ বশিষ্ঠত ভয়ংকৰ পথ দুৰ্ঘটনা।

থিতাতে মৃত‍্যুক সাৱটিলে এগৰাকী যুৱ ব‍্যৱসায়ীয়ে।

গুৱাহাটী মহানগৰীৰ বশিষ্ঠত শুক্ৰবাৰে নিশা এই ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয়।

প্ৰাপ্ত তথ্য মতে, ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে এখন তীব্ৰ বেগী ট্ৰাকে এজন স্কুটি আৰোহীক মহটিয়াই লৈ যায়।

ফলত স্কুটি আৰোহী লোকজনৰ ঘটনাস্থলীতে মৃত্যু হয়।

G1 25

মৃত লোকজনক খানাপাৰা নিবাসী ব‍্যৱসায়ী নাৰায়ণ শৰ্মা বুলি চিনাক্ত কৰা হৈছে।

ইফালে, এই দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন বশিষ্ঠ যান বাহন আৰক্ষীয়ে জব্দ কৰি থানালৈ লৈ আহে।

মৃত লোকজনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

লগতে চাওকঃ

অহা ২ মে’ত আছিল বিয়া! কিন্তু তাৰ পূৰ্বেই পিতৃ-মাতৃ আৰু ২ ভগ্নীৰ সৈতে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বৃদ্ধিয়ে

G3 21

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!