অসম

ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই দ পুখুৰীত পৰিল অল্টো বাহন, কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই দ পুখুৰীত পৰিল এখন অল্টো বাহন।

বৰক্ষেত্ৰীত মুগদিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘনটাটো।

মুগদি-চামতা সংযোগী পথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ।

চামতা অভিমুখী আছিল এএছ ০১ডিএফ ৫০৩৩ নম্বৰৰ এল্ট’ বাহনখন।

ঘটনাস্থলীত দৌলাশাল আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে বাহনখন।

Related Articles

Back to top button