অসম

ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলত বতৰে লগাব পাৰে কেনা, ২ অক্টোবৰত প্ৰবল বৰষুণৰ আগজাননী…

ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ মেচত বিধিপথালি দিব পাৰে বতৰে।

২ অক্টোবৰত গুৱাহাটীত প্ৰৱল বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ।

২ অক্টোবৰৰ পৰা গুৱাহাটীত বতৰ প্ৰতিকূল হোৱাৰ সম্ভাৱনা।

image 218
সাজু বৰ্ষাপাৰা ষ্টেডিয়াম

২ অক্টোবৰত গুৱাহাটীত বতৰ ডাৱৰীয়াৰ লগতে হ’ব পাৰে বজ্ৰপাত।

৩ আৰু ৪ অক্টোবৰত বতাহ-বৰষুণৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এই আগজাননী।

Related Articles

Back to top button