ভাল খবৰ! ৰাষ্ট্ৰীয় ক্ৰীড়াত লন বলৰ ডাবলছত স্বৰ্ণ জয় অসমৰ নয়নমণি শইকীয়া আৰু তানিয়া চৌধুৰীৰ…

পূজাৰ আনন্দৰ মাজতে ৰাজ্য বাসীৰ বাবে আন এক ভাল খবৰ।

ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত উজলি উঠিছে অসম কন্যা।

image 43
ভাল খবৰ! ৰাষ্ট্ৰীয় ক্ৰীড়াত লন বলৰ ডাবলছত স্বৰ্ণ জয় অসমৰ নয়নমণি শইকীয়া আৰু তানিয়া চৌধুৰীৰ... 3

গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ নয়নমণি শইকীয়া আৰু তানিয়া চৌধুৰীৰ স্বৰ্ণ জয়।

লন বলৰ ডাবলছত স্বৰ্ণ জয় অসমৰ নয়নমণি শইকীয়া আৰু তানিয়া চৌধুৰীৰ।