অসম

ভাল খবৰ! এতিয়াৰ পৰা ঘৰত বহিয়েই লাভ কৰিব পাৰিব ড্ৰাইভিং লাইচেন্স…

DTO অফিচলৈ গৈ ড্ৰাইভিং লাইচেন্সৰ বাবে আপুনি আৰু শাৰী পাতিব নালাগে।

ৰাজ্যবাসীলৈ এক বিশেষ সুবিধা আগবঢ়াইছে ৰাজ্য চৰকাৰে।

এতিয়াৰ পৰা ঘৰত বহিয়েই লাভ কৰিব পাৰিব ড্ৰাইভিং লাইচেন্স।

DTO কাৰ্যালয়লৈ নোযোৱাকৈ ঘৰতেই দিব পাৰিব লাৰ্নাৰ লাইচেন্সৰ অনলাইন পৰীক্ষী।

আজিৰে পৰা ৰাজ্যবাসীৰ বাবে উপলব্ধ হ’ব এই বিশেষ সুবিধা।

আজি দিনৰ ১২ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিব এটা নতুন এপ।

image

এই বিশেষ এপটো উন্মোচন কৰা অনুষ্ঠানত উপস্থিত থাকিব পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *