অসম
বন্ধ হ’ব ৰাজ্য চৰকাৰৰ ‘অৰুন্ধতী স্বৰ্ণ আঁচনি’…

বন্ধ হ’ব ৰাজ্য চৰকাৰৰ ‘অৰুন্ধতী স্বৰ্ণ আঁচনি’।
১ এপ্ৰিলৰ পৰা বন্ধ হ’ব আঁচনিখন।
এই সন্দৰ্ভত ২৭ ফেব্ৰুৱাৰীত এক অধিসূচনা জাৰি কৰা হৈছে।
আঁচনিৰ অধীনত কইনালৈ ৰাজ্য চৰকাৰে আগবঢ়াইছিল নগদ ধন।

২০২০ৰ ১ জানুৱাৰীৰ পৰা বলবৎ হৈছিল এই আঁচনি।
২০১৯-২০ বিত্তীয় বৰ্ষৰ বাজেট ভাষণ অনুসৰি বলবৎ হৈছিল আঁচনিখন।