fbpx
অসম

প্ৰসংগঃ নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল! ঘটনাৰে জড়িতৰ সন্দেহত স্বামী-স্ত্ৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ…

১২ ফেব্ৰুৱাৰী অৰ্থাৎ দেওবাৰে ৰাজ্যত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ পৰীক্ষা।

কিন্তু পৰীক্ষাৰ দিনটোতেই সৰ্বত্ৰ ভাইৰেল হৈ পৰে ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ পৰীক্ষাৰ প্ৰশ্নকাকত।

উক্ত ঘটনাৰে জড়িতৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এহাল স্বামী-স্ত্ৰীক।

মৈৰাবাৰীৰ পৰা স্বামী-স্ত্ৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

গ্ৰেপ্তাৰ নাছিমা বেগম আৰু মফিজুদ্দিনক।

image 56

নাছিমাৰ মবাইলৰ পৰা ফাদিল হৈছিল প্ৰশ্নকাতত।

মৈৰাবাৰীৰ নাছিমাৰ পৰীক্ষাৰ চেন্টাৰ আছিল লখিমপুৰত।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!