অসম
পিছুৱাই দিয়া হ’ল অসম আৰক্ষীৰ SI পদৰ বাবে অনুষ্ঠিত হ’ব লগীয়া PST/PET পৰীক্ষা

পিছুৱাই দিয়া হ’ল PST/PET পৰীক্ষা।
অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত হ’ব লগীয়া আছিল PST/PET পৰীক্ষা।
এসপ্তাহ পিছত অনুষ্ঠিত হ’ব এই পৰীক্ষাৰ।
প্ৰতিকূল বতৰৰ বাবে পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ।
অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত হব লগীয়া PST/PET পৰীক্ষা সমূহ প্রতিকূল বতৰৰ বাবে কমেও ১ সপ্তাহ পিছুৱাই দিয়া হৈছে ৷
— DGP Assam (@DGPAssamPolice) June 18, 2022
এই পদৰ বাবে কাট-অফ মার্ক ৰ তালিকা সোনকালে প্রকাশ কৰা হব।
টুইটাৰযোগে এই কথা সদৰি কৰিছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।
লগতে এই পদৰ বাবে কাট-অফ মার্কৰ তালিকা সোনকালে প্রকাশ কৰা হব বুলি টুইটাৰত বিষয়াগৰাকীয়ে উল্লেখ কৰ।