অসম

পিছুৱাই দিয়া হ’ল অসম আৰক্ষীৰ SI পদৰ বাবে অনুষ্ঠিত হ’ব লগীয়া PST/PET পৰীক্ষা

পিছুৱাই দিয়া হ’ল PST/PET পৰীক্ষা।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত হ’ব লগীয়া আছিল PST/PET পৰীক্ষা।

এসপ্তাহ পিছত অনুষ্ঠিত হ’ব এই পৰীক্ষাৰ।

প্ৰতিকূল বতৰৰ বাবে পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ।

টুইটাৰযোগে এই কথা সদৰি কৰিছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।

লগতে এই পদৰ বাবে কাট-অফ মার্কৰ তালিকা সোনকালে প্রকাশ কৰা হব বুলি টুইটাৰত বিষয়াগৰাকীয়ে উল্লেখ কৰ।

Related Articles

Back to top button