পঞ্জাবলৈ ৰাওনা অসম আৰক্ষীৰ এটা বৃহৎ দল, কিন্তু কিয়…?

নিউজ ডেস্ক। পঞ্জাবলৈ ৰাওনা অসম আৰক্ষীৰ এটা বৃহৎ দল।
ৰে’লযোগে পঞ্জাবলৈ ৰাওনা হয় অসম আৰক্ষীৰ দলটো।
২০ ফেব্ৰুৱাৰীৰ পৰা পঞ্জাবত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।
পঞ্জাবৰ বিধানসভা নিৰ্বাচনৰ সময়ত নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হ’ব অসম আৰক্ষীৰ এইসকল জোৱান।

সেয়েহে বৃহস্পতিবাৰে পুৱাই ৰে’লযোগে পঞ্জাৱলৈ ৰাওনা হয় অসম আৰক্ষীৰ দলটো।
এই সন্দৰ্ভত জি পি সিঙে টুইটাৰযোগে অসম আৰক্ষীৰ দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে।
জি পি সিঙে টুইটাৰত শুভেচ্ছা জনাই লিখিছে – Assam Police teams leaving for Election duty in Punjab. Best wishes. Shine bright and bring back happy memories.
@assampolice teams leaving for Election duty in Punjab. Best wishes. Shine bright and bring back happy memories. pic.twitter.com/MXIST7YDQu
— GP Singh (@gpsinghips) February 10, 2022
উল্লেখ্য যে, ১০ মাৰ্চত ৰাজ্যখনত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগণনা।
লগতে চাওকঃ
অসমৰ মানুহে মিঞাৰ দাদাগিৰি হজম কৰিব পাৰে, কিন্তু সামান্য পুলিচগিৰি নোৱাৰেঃ বিধায়ক মৃণাল শইকীয়া
