fbpx
অসম

নেৰানেপেৰা বৰষুণৰৰ ফলত ঘৰৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড আমগছ, কথমপি প্ৰাণৰক্ষা এজনৰ…

নেৰানেপেৰা বৰষুণৰৰ ফলত ঘৰৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড আমগছ।

সোণাপুৰত হাটখোলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

এডাল প্ৰকাণ্ড আমগছ উভালি পৰিল এটা ঘৰত ফলত কথমপি প্ৰাণৰক্ষা পৰে এজন লোকৰ।

নিশা শুই থকা অৱস্থাতে হাটখোলাত ভাৰাতীয়া হিচাপে থকা বৰপেটাৰ কিছমত আলীৰ গৃহত উভালি পৰিল এডাল প্ৰকাণ্ড আমগছ। ফলত গুৰুতৰভাৱে আহত হয় লোকজন।

আহত কিছমত আলীক ততাতৈয়াকৈ সোণাপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত বন বিভাগ আৰু আৰক্ষীৰলোক উপস্থিত হৈ আমগছডাল কাটি ঘৰটো মুকলি কৰে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!