অসম
ড্ৰাগছসহ হাতে-লোটে গ্ৰেপ্তাৰ এগৰাকী আৰক্ষী উপ-পৰিদৰ্শক

এইবাৰ ড্ৰাগছসহ হাতে-লোটে গ্ৰেপ্তাৰ এগৰাকী আৰক্ষী বিষয়া।
জালত পৰিল অৰুণাচল আৰক্ষীৰ উপ-পৰিদৰ্শক পদ্মে টায়াং।
এখন বাহনৰ পৰা হেৰ’ইনসহ গ্ৰেপ্তাৰ আৰক্ষী বিষয়াজনক।
অৰুণাচলৰ কুৰুং কুমে জিলাৰ কলৰিয়াং আৰক্ষী থানাৰ SI টায়াং।
SI গৰাকীক বৰ্খাস্তৰ দাবীত কলৰিয়াং থানাত প্ৰতিবাদ স্থানীয় ৰাইজৰ।