অসম
জামিন বিচাৰি আদালতত মুখথেকেচা প্ৰবঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা SI জোনমণি ৰাভাৰ

নিউজ ডেস্ক। জামিন আবেদন নাকচ প্ৰবঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ।
মাজুলীৰ সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰে জোনমণি ৰাভাৰ প্ৰথমখন জামিন আবেদন।

উল্লেখ্য যে, ভাৱীস্বামী ৰানা পগাগৰ সৈতে মিলি প্ৰবঞ্চনাৰে লাখ লাখ টকা সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল এছআই জোনমণি ৰাভাক।
গড়মূৰ আৰক্ষী থানাত তিনিদিন ধৰি চলোৱা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছিল আৰক্ষী বিষয়গৰাকীক।
আনহাতে জোনমণি ৰাভাক বৃহস্পতিবাৰে পুনৰ হাজিৰ কৰোৱা হব আদালতত।
লগতে চাওকঃ
নগদ ১੦ হাজাৰ টকাৰ ঘােচ লৈ দুৰ্নীতি নিবাৰকৰ হাতত গ্ৰেপ্তাৰ কােষাগাৰৰ গাণনিক বিষয়া
