fbpx
অসম

জনপ্ৰিয় ইউটুবাৰ চাংকি ব্লগাৰৰ ৰহস্যজনক মৃত্যু…

গুৱাহাটীৰ বামুণীমৈদামত যুৱতীৰ ৰহস্যজনক মৃত্যু।

ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ জনপ্ৰিয় ইউটিউবাৰ চাংকি ব্লগাৰৰ।

মৃতদেহৰ কেইবাটাও স্থানত আঘাতৰ চিন পোৱা গৈছে ব্লগাৰ গৰাকীৰ।

ইউটিউবাৰ প্ৰিয়লিনা নাথ নামৰ যুৱতীগৰাকীক হত্যাৰ অভিযোগ পৰিয়ালৰ।

তিনিমাহৰ পূৰ্বে জামুগুৰি হাটৰ পংকজ নাথৰ সৈতে হৈছিল বিবাহ।

পংকজ নাথৰ অনুৰাধা চিনেমা হলৰ সন্মুখত আছে ফাৰ্মাচী।

চানমাৰি থানাত এজাহাৰ দাখিল যুৱতীগৰাকীৰ পৰিয়ালৰ।

পৰিয়ালৰ অজ্ঞাতে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰোৱাৰ অভিযোগ।

Related Articles

Back to top button