অসম

চাঞ্চল্যকৰ! লকআপৰ ভিতৰতে চৰম সিদ্ধান্ত ল’লে আচামীয়ে…

এক চাঞ্চল্যকৰ ঘটনা।

লকআপৰ ভিতৰতে চৰম সিদ্ধান্ত ল’লে আচামীয়ে।

যোগীঘোপাত আৰক্ষী থানাত সংঘটিত হৈছে এই অঘটন।

নিশা যোগীঘোপা আৰক্ষী থানাৰ ভিতৰত লকআপত আত্মহত্যা এজন আচামীৰ।

আত্মহত্যা কৰা আচামীজনৰ নাম আব্দুল জব্বাৰ।

গৰু চুৰিৰ ঘটনাত যোগীঘোপা আৰক্ষীয়ে আটক কৰিছিল আব্দুল জব্বাৰক।

লকআপৰ শৌচাগাৰত আত্মহত্যা কৰে আচামীজনে। আব্দুল জব্বৰৰ ঘৰ কুশবাৰী।

এই ঘটনাৰ পিছতে নিশা কৰ্তব্যত থকা মকিমুল হক পাটগিৰী নামৰ আৰক্ষীক নিলম্বন কৰা হৈছে।

Related Articles

Back to top button