fbpx
গুৱাহাটী

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনঃ বিজেপিয়ে প্ৰকাশ কৰিলে প্ৰাৰ্থীৰ তালিকা…

সমাগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন।

বিজেপিয়ে সোমবাৰে নিশা প্ৰকাশ কৰিলে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা।

গুৱাহাটীৰ মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৩ টা ৱাৰ্ডত প্ৰাৰ্থী দিব বিজেপিয়ে।

ইতিমধ্যে ৫২গৰাকীৰ নাম সদৰি কৰিছে বিজেপিয়ে।

আনাহাতে অন্য ৭ টা ৱাৰ্ডত অগপই দিব প্ৰাৰ্থী।

৫৩ টা ৱাৰ্ডৰ ভিতৰত কেৱল এখন আসনত প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই বিজেপিয়ে।

সেই অনুসৰি….

১)পশ্চিম গুৱাহাটী- ২ নং ৱাৰ্ড – মুকুল কলিতা

২)পশ্চিম গুৱাহাটী-৯ নং ৱাৰ্ড- অৰ্চনা দাস

৩)পশ্চিম গুৱাহাটী-১১নং ৱাৰ্ড- মঞ্জুলা দেৱী

৪)পশ্চিম গুৱাহাটী-১৪নং ৱাৰ্ড – মঞ্জু বৰা

৫)পশ্চিম গুৱাহাটী-১৫নং ৱাৰ্ড- সৌৰভ ঝুনঝুনৱালা

৬)পশ্চিম গুৱাহাটী- ১৯নং ৱাৰ্ড- ব্ৰজেশ ৰয়

৭)পশ্চিম গুৱাহাটী- ২০নং ৱাৰ্ড – গৌৰ গোপাল মণ্ডল

৮)পশ্চিম গুৱাহাটী- ২১নং ৱাৰ্ড – সন্দীপ দেৱ

৯) পশ্চিম গুৱাহাটী- ২২নং ৱাৰ্ড- স্মীতা ৰয়

১০) পশ্চিম গুৱাহাটী- ২৩নং ৱাৰ্ড- মঞ্জিতা দৈমাৰী

১১) পশ্চিম গুৱাহাটী- ২৫নং ৱাৰ্ড- মঞ্জুলা ৰাভা

১২)জালুকবাৰী- ৩নং ৱাৰ্ড- কল্লোল চক্ৰৱৰ্তী

১৩) জালুকবাৰী-৪নং ৱাৰ্ড- কনকলতা চাহা দেৱ

১৪) জালুকবাৰী- ৫নং ৱাৰ্ড- সঞ্জয় দাস

১৫) জালুকবাৰী- ৬নং ৱাৰ্ড- চুতাপা চৰকাৰ

১৬) জালুকবাৰী- ৭নং ৱাৰ্ড- অজয় চক্ৰৱৰ্তী

১৭) জালুকবাৰী-৮নং ৱাৰ্ড- সুধান্যা মালাকৰ

১৮) পূৱ গুৱাহাটী- ১৬নং ৱাৰ্ড- প্ৰমোদ স্বামী

১৯) পূৱ গুৱাহাটী-১৭নং ৱাৰ্ড- স্নিগ্ধা বৰুৱা মজুমদাৰ

২০) পূৱ গুৱাহাটী-১৮নং ৱাৰ্ড- শংকৰ চক্ৰৱৰ্তী

২১) পূৱ গুৱাহাটী-২৬নং ৱাৰ্ড- ৰাণা চেতিয়া

২২)পূৱ গুৱাহাটী- ২৭নং ৱাৰ্ড- সুৰেণ বড়ো

২৩) পূৱ গুৱাহাটী- ২৮নং ৱাৰ্ড- স্নিগ্ধা দৈমাৰী

২৪) পূৱ গুৱাহাটী- ২৯নং ৱাৰ্ড- মৃগেণ শৰণীয়া

২৫) পূৱ গুৱাহাটী-৩০নং ৱাৰ্ড- বিনীতা দত্ত চৌধুৰী

২৬) পূৱ গুৱাহাটী-৩২নং ৱাৰ্ড- নীলম জ্যোতি ভূঞা

২৭)পূৱ গুৱাহাটী- ৩৪নং ৱাৰ্ড- জোনমণি ডেকা

২৮) পূৱ গুৱাহাটী- ৩৫নং ৱাৰ্ড- নবীন বৰা

২৯)পূৱ গুৱাহাটী- ৩৬নং ৱাৰ্ড-মেঘ্না হাজৰিকা

৩০) পূৱ গুৱাহাটী- ৩৭নং ৱাৰ্ড- স্বপ্না দেৱী

৩২) পূৱ গুৱাহাটী-৩৮নং ৱাৰ্ড- শশাংক জ্যোতি ডেকা

৩৩)পূৱ গুৱাহাটী- ৩৯নং ৱাৰ্ড- অভিক সোমী

৩৪)পূৱ গুৱাহাটী-৪০নং ৱাৰ্ড-ববীতা ডেকা

৩৪) পূৱ গুৱাহাটী- ৫০নং ৱাৰ্ড- উৎপল মহন্ত

৩৫)পূৱ গুৱাহাটী- ৫৪নং ৱাৰ্ড- গীতা ঠাকুৰীয়া কলিতা

৩৬)দিছপুৰ- ৪১নং ৱাৰ্ড- বাসন্তি কলিতা দুৱৰা

৩৭) দিছপুৰ- ৪২নং ৱাৰ্ড- ৰুমী কলিতা

৩৮)দিছপুৰ-৪৩নং ৱাৰ্ড- অঞ্জনা বৰা মণ্ডল

৩৯) দিছপুৰ-৪৪নং ৱাৰ্ড-সতেন্দ্ৰ নাথ ভট্ট

৪০)দিছপুৰ-৪৫নং ৱাৰ্ড-মাধৱী তালুকদাৰ

৪১)দিছপুৰ- ৪৬নং ৱাৰ্ড- আশীষ ভৰালী

৪২)দিছপুৰ- ৪৭নং ৱাৰ্ড- প্ৰফুল্ল মহন্ত

৪৩)দিছপুৰ-৪৮নং ৱাৰ্ড-দুলুমণি কাকতি

৪৪) দিছপুৰ- ৪৯নং ৱাৰ্ড- অৰুপ ডেকা

৪৫)দিছপুৰ- ৫১নং ৱাৰ্ড- ডিম্পল ৰাভা

৪৬) দিছপুৰ-৫২নং ৱাৰ্ড- গকুল গোস্বামী

৪৭)দিছপুৰ- ৫৩নং ৱাৰ্ড- লিপিকা পাটোৱাৰী কলিতা

৪৮)দিছপুৰ-৫৫নং ৱাৰ্ড- মনোজ কুমাৰ নাথ

৪৯)দিছপুৰ-৫৬- ৰশ্মী শইকীয়া কছাৰী

৫০) দিছপুৰ-৫৭নং ৱাৰ্ড- কবিতা শৰ্মা

৫১)দিছপুৰ- ৫৮নং ৱাৰ্ড- গৌৰী বৰা

৫২)দিছপুৰ- ৬০নং ৱাৰ্ড-ভূপেন বৰুৱা

পূৱ গুৱাহাটীৰ ৩১নং ৱাৰ্ডৰ প্ৰাৰ্থীৰ নাম থিৰ হোৱা নাই বিজেপিৰ।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!