অসম

ক’ভিডক লৈ নতুন SOP: ৰাজ্যত নিশা ১১বজালৈকে বৃদ্ধি কাৰ্ফিউৰ সময়…

ক’ভিদক লৈ অসম চৰকাৰৰ নতুন SOP প্ৰকাশ।

নতুন নিৰ্দেশনা অনুসৰি ৰাজ্যত সান্ধ্য আইনৰ সময় এঘণ্টা বৃদ্ধি কৰা হৈছে।

এতিয়াৰে পৰা নিশা ১১বজালৈকে বৃদ্ধি কৰা হৈছে সান্ধ্য আইনৰ সময়সীমা।

এতিয়াৰে পৰা সান্ধ্য আইন প্ৰযোজ্য হব নিশা ১১বজাৰ পুৱা ৫বজালৈ।

১০বজালৈকে খুলিব পাৰিব ব্যৱসায়িক প্ৰতিষ্ঠান।

%E0%A7%A7 3

বিবাহ অনুষ্ঠানত কমেও একোটাকৈ ভেকচিন লোৱা ৫০ জন লোকক উপস্থিত থকাৰ অনুমতি।

অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানতো ৫০ লোকৰ উপস্থিতিৰ অনুমতি।

ধৰ্মীয় স্থানত প্ৰতি ঘণ্টাত দুয়োটা ভেকচিন গ্ৰহণ কৰা ৬০ লোকক উপস্থিত থকাৰ অনুমতি।

লগতে বিশেষ ধৰ্মীয় স্থানত প্ৰতি ঘণ্টাত দুয়োটা ভেকচিন গ্ৰহণ কৰা ৪০ গৰাকী লোকৰ উপস্থিতিত অনুমতি।

বাকী প্ৰায় সকলো নিয়ম পূৰ্বৰ দৰেই বাহাল থকাৰ কথা প্ৰকাশ।

Capture 69

Leave a Reply

Your email address will not be published. Required fields are marked *