fbpx
অসম

এশ গৰু মাৰিলে বাঘৰো মৰণ! দীৰ্ঘদিন ধৰি প্ৰৱঞ্চনা কৰি অহা সন্দৰী যুৱতীসহ আৰক্ষীৰ জালত ৩জন…

সুন্দৰী যুৱতী দেখিলেই ভোল নাযাব। পৰিব পাৰে ভয়ংকৰ বিপদত।

এইবাৰ মহানগৰ আৰক্ষীৰ জালত পৰিছে দীৰ্ঘদিন ধৰি প্ৰৱঞ্চনা কৰি অহা সন্দৰী যুৱতীসহ ২ প্ৰৱঞ্চক।

ভঙাগড় আৰক্ষীৰ জালত পৰে মহিলাসহ ২ প্রৱঞ্চক।

প্ৰৱঞ্চনাৰ মাষ্টাৰ মাইণ্ড নিকিতা তিৱাৰীৰ লগতে গ্ৰেপ্তাৰ হ’ল প্ৰৱঞ্চক জ্যোতিষ্মান লহকৰ আৰু ৰাজেশ মণ্ডল।

মহানগৰীৰ ওদালবাক্রাৰ পৰা আটক কৰা হৈছে তিনিওকে।

ৰিয়েল ষ্টেট বিজনেছত জড়িত বুলি ৰাইজৰ পৰা ধন সৰকাইছিল ধৃত তিনি প্ৰৱঞ্চকে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!