অসম
আফালা(স্বাঃ)ৰে সম্পৰ্ক ৰখাৰ অভিযোগত আটক আৰক্ষী জোৱান বসন্ত বুঢ়াগোহাঁই…

আৰক্ষীয়ে আটক কৰিলে আৰক্ষীক।
এইবৰা আফালা(স্বাঃ)ৰে সম্পৰ্ক ৰখাৰ অভিযোগত আটক হ’ল এগৰাকী আৰক্ষী জোৱান।
সোণাৰি আৰক্ষীৰ জালত আৰক্ষী জোৱান বসন্ত বুঢ়াগোহাঁই।
বসন্ত বুঢ়াগোহাঁই ২৫ নং অছাম বেটেলিয়ানৰ জোৱান।
শদিয়াৰ পৰা আটক কৰে হৈছে বসন্ত বুঢ়াগোহাঁইক।
উল্লেখ্য যে, আলফাৰ সমৰ্থনত সামাজিক মাধ্যমত মন্তব্য কৰি এতিয়াও কাৰাগাৰত আছে কেইবাগৰাকীও যুৱক।