fbpx
অসম

আজি NIA আদালতত হাজিৰ হ’ব লাগিব অখিল গগৈ…

আজি NIA আদালতত হাজিৰ হ’ব লাগিব অখিল গগৈ।

CAA আন্দোলনৰ সময়ত ৰুজু হোৱা গোচৰৰ ভিত্তিত এই নিৰ্দেশ।

অখিল গগৈক গ্ৰেপ্তাৰ নকৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ।

উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ ৰাজ্য চৰকাৰ।

NIAৰ আদালতক পুনৰ গোচৰ চলাবলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ।

Related Articles

Back to top button