নিষ্ঠুৰ নিয়তি! ৪ বছৰ পূৰ্বে ঘাতমাউৰা হৈছিল কণমানি ফুলফুলি-বিশ্বজিৎ, ৫ দিন পূৰ্বে হেৰুৱালে শেষ ভৰষা আইতাককো, শিশুদুটিৰ ভৱিষ্যতক লৈ চিন্তিত সকলো…
নিউজ ডেস্কঃ ৫ বছৰ পূৰ্বে হেৰুৱাইছিল পিতৃক! তাৰ মাত্ৰ এবছৰ পিছতে মাতৃকো হেৰুৱাই ঘাতমাউৰা হৈ পৰিছিল কণমানি ফুলফুলি আৰু বিশ্বজিৎ।
Read More