fbpx
ৰাশিফলঅসমীয়া

চাওক আপোনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ১০ মে’, মঙলবাৰ

মেষ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। আজি আপুনি ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। দীৰ্ঘদিনীয়া অৰ্ধসম্পূৰ্ণ কাম আজি সম্পূর্ণ হ’ব পাৰে। পত্নীৰ স্বাস্থ্যই আজি আপোনাক চিন্তিত কৰিব পাৰে। শিক্ষার্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। পিতৃ-মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

বৃষ ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। পৰিয়ালৰ প্ৰতি সদ্ভাৱ বৃদ্ধি পাব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ জেষ্ঠ্যজনৰ পৰামৰ্শ লওক। পৰিয়ালৰ পৰা নিৰ্দেশনা আৰু সমৰ্থন লাভ কৰিব। ধনৰ লেনদেনৰ পৰা আজি আপুনি আঁতৰি থাকক। পত্নীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। শিক্ষার্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিব পাৰে। মাতৃৰ স্বাস্থ্যৰ যতন লওক।

মিথুন ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। আপুনি এটা নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে। পৰিয়ালত চলি থকা সমস্যাবোৰৰ আজি সমাধান হ’ব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। ব্যবসায়ত মনোযোগ দিয়ক। শিক্ষার্থীসকলৰ বাবে দিনটো শুভ।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি- আজি আপোনাৰ বাবে দিনটো লাভজনক প্ৰমাণিত হ’ব। আজি আপুনি আপোনাৰ ভৱিষ্যতক লৈ ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। ব্যৱসায়ত বন্ধুৰ সহায়ে আপোনাক লাভাম্বিত কৰিব পাৰে। পত্নীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। শিক্ষার্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। মাতৃৰ স্বাস্থ্যৰ যতন লওক। ঘৰত ধৰ্মীয় অনুষ্ঠান থাকিব পাৰে।

সিংহ ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব পাৰে। ব্যৱসায়ত চকু নিদিলে লোকচানৰ সন্মুখীন হ’ব পাৰে। আপুনি অভিজ্ঞ লোকৰ পৰা নিৰ্দেশনা পাব। আপুনি আপোনাৰ প্ৰতিভাক মানুহৰ সন্মুখত আনিবলৈ সক্ষম হ’ব। আজি আপুনি ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। মাতৃৰ স্বাস্থ্যই আজি আপোনাক চিন্তিত কৰিব পাৰে। শিক্ষার্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

কন্যা ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। আপোনাৰ বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰে। পত্নীৰ পৰা এটি সুখবৰ লাভ কৰিব পাৰে। দীর্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। পিতৃ-মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। মাতৃৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। ব্যৱসায়ত মনোযোগ দিয়ক।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে আজি দিনটো শুভ প্ৰমাণিত হ’ব। অত্যাধিক ব্যয়ে আজি আপোনাক চিন্তিত কৰিব পাৰে। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। সন্তানৰ পৰা সুখবৰ লাভ কৰিব পাৰে। মাতৃৰ সমৰ্থন লাভ কৰিব। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে।

বৃশ্চিক ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। এজন পুৰণি বন্ধুৰ সৈতে লগ হ’ব পাৰে। আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব, কিন্তু এই ভ্ৰমণ আপোনাৰ বাবে কষ্টকৰ প্ৰমাণিত হ’ব। দীৰ্ঘদিনীয়া অৰ্ধসম্পূৰ্ণ কাম আজি সম্পূর্ণ হ’ব পাৰে। ব্যৱসায়ত উন্নত। শিক্ষার্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

ধনু ৰাশি- অত্যাধিক ব্যয়ে আজি আপোনাক চিন্তিত কৰিব পাৰে। নিজ স্বাস্থ্যৰ যতন লওক। সন্তানৰ ভৱিষ্যতক লৈ আপুনি চিন্তিত থাকিব। ব্যৱসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। পত্নীৰ সৈতে মতভেদ হ’ব পাৰে। আজি আপুনি আত্মীয় জনৰ মনত আঘাত লগা কাম নকৰিব। শিক্ষাৰ লগত জড়িত হৈ থকা সকলৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। আজি আপুনি ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে।

মকৰ ৰাশি- দীর্ঘদিন ধৰি চলি থকা আইনী প্ৰক্ৰিয়াৰ আজি সমাধান হ’ব। বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। শিক্ষার্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰে। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। ব্যৱসায়ত লোকচানৰ সন্মুখীন হ’ব পাৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কুম্ভ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। ব্যৱসায়ত বন্ধুৰ সহায়ে আজি আপোনাক লাভাম্বিত কৰিব পাৰে। আপুনি আপোনাৰ পত্নীৰ সৈতে ক’ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। দীর্ঘদিনীয়া অৰ্ধসম্পূৰ্ণ কাম আজি সম্পূর্ণ হৈ উঠিব। মাতৃৰ স্বাস্থ্যৰ যতন লওক। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে। বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে।

মীন ৰাশি- অত্যাধিক খং পৰিহাৰ কৰক। সমাজত সন্মান বৃদ্ধি পাব। ৰাজনীতিৰ সৈতে জড়িত থকা সকলৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। পৰিয়ালত চলি থকা সমস্যাবোৰৰ আজি সমাধান হ’ব। পত্নীৰ স্বাস্থ্যই আজি আপোনাক চিন্তিত কৰিব পাৰে। ব্যৱসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!