দক্ষিণ কামৰূপবাসীৰ (South Kamrup) ঠিকনা হৈছে পলাশবাৰী (Palashbari): মেজৰ জেনেৰেল ভাস্কৰ কলিতা (অৱসৰপ্ৰাপ্ত) Major General Bhaskar Kalita (Retd.)
বান আৰু গৰাখহনীয়াৰ তাণ্ডৱৰ মাজতো ৰাস মহােৎসৱৰ ব্যাপক আয়োজন প্ৰশংসনীয় হনী ঝাঁঝৰী। কামৰূপ জিলাৰ (Kamrup District) পলাশবাৰী পৌৰসভা (Palashbari Municipal Board) এলেকাত অনুষ্ঠিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহােৎসৱৰ মহাৰজত জয়ন্তী উপলক্ষে শনিবাৰে অনুষ্ঠিত সাংস্কৃতি কাৰ্যসূচীৰ বন্তি প্ৰজ্জ্বলনেৰে আৰম্ভ কৰে ভাৰতীয় সেনাৰ মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভাস্কৰ কলিতাই (Major General Bhaskar Kalita (Retd)। এই উপলক্ষে পলাশবাৰী ৰাস মহোৎসৱৰ … Read more