মাৰণাস্ত্ৰসহ দুই আলফা (স্বাধীন) (ULFA-I) কেডাৰৰ আত্মসমৰ্পণ
নিউজ ডেস্ক। পুনৰ আলফা সদস্যৰ আত্মসমৰ্পণ। অসমৰ চৰাইদেউ জিলাৰ সােণাৰিত নিষিদ্ধ সংগঠন যুক্ত মুক্তি বাহিনী অসম-স্বাধীন (ULFA-I)ৰ দুজন সক্ৰিয় সদস্যই আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে। এই দুজন সদস্য হ’ল নয়ন পাতমাউত ওৰফে বিকাশ অসম আৰু দীপক হাতীবৰুৱা ওৰফে দিব্য অসম। তেওঁলোকে আত্মসমৰ্পণৰ সময়ত দুটা গ্ৰেনেড, দুটা ৯ মিমি পিষ্টল আৰু ২৫ জীৱন্ত গুলী আৰক্ষীক গতাই দিয়ে। … Read more