Assam News : বন্যপ্রাণী পুনৰ সংস্থাপন কেন্দ্ৰত সৰ্প দংশনত গঁড় পোৱালিৰ মৃত্যু

Assam-News-Rhino-Calf-Death-in-snake-bite-assamese

Assam News: যােৱা ১৫ ছেপ্টেম্বৰত পবিতৰাত উদ্ধাৰ হৈছিল মাতৃৰ পৰা বিচ্ছিন্ন গঁড়ৰ পােৱালিটাে এক শােকাৱহ ঘটনাই মৰ্মাহত কৰি তুলিছে প্ৰকৃতিপ্ৰেমীসকলক। মাতৃৰ পৰা বিচ্ছিন্ন হােৱা এটা গঁড়ৰ পােৱালিৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰত সংৰ্প দংশনত মৃত্যু। উল্লেখ্য যে যােৱা ১৫ ছেপ্টেম্বৰত পবিতৰা অভয়াৰণ্যৰ পৰা উদ্ধাৰ কৰা হৈছিল মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা এটা দুমহীয়া মাইকী গঁড় পােৱালি। … Read more